option n.

/ ˈäpSH(ə)n /
বিকল্প
/ bikólpó /
Meanings
1
a thing that is or may be chosen
বিকল্প
"Do I have any other option ?"
"মোৰ কিবা আন বিকল্প আছে নে ?"
2
the freedom, power, or right to choose something
পছন্দ, ইচ্ছা, নিৰ্বাচন
"She was given the option of playing or sleeping."
"তাইক খেলা বা শুৱাৰ নিৰ্বাচন কৰিবলৈ দিয়া হৈছিল ।"