obstacle n.
/ ˈäbstək(ə)l /
বাধা
/ baadhaa /
Meanings
1
a thing that blocks one's way or prevents or hinders progress
বাধা, বাধা-বিঘিনি, প্ৰতিবন্ধক
"The mountain was the main obstacle."
"পৰ্ব্বতখন মুখ্য প্ৰতিবন্ধক আছিল ।"