normally adv.

/ ˈnôrməlē /
সাধাৰণতে
/ saadhaarónóte /
Meanings
1
under normal or usual conditions, as a rule
সাধাৰণতে, স্বাভাৱিকতে
"Normally, it takes three or four years to complete the training."
"সাধাৰণতে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ তিনি চাৰি বছৰ লয় ।"
2
in a normal manner; in the usual way
স্বাভাৱিকভাৱে
"Try to breathe normally."
"স্বাভাৱিকভাৱে উশাহ ল’বলৈ চেষ্টা কৰা ।"