nicely adv.

/ ˈnīslē /
সুন্দৰকৈ
/ sundórókoi /
Meanings
1
in a pleasant, agreeable, or attractive manner
ধুনীয়াকৈ, আনন্দদায়কভাৱে, ভালকৈ
"Nicely dressed bride."
"ধুনীয়াকৈ সাজ-পাৰ পিন্ধা কইনা ।"