nemesis n.

/ ˈneməsəs /
নেমেছিছ
/ nemechich /
Meanings
1
a long-standing rival; an archenemy
চিৰ-বৈৰী, চিৰশত্ৰু, ঘোৰ-শত্ৰু
"He has finally defeated his nemesis, Ramen."
"সি অৱশেষত তাৰ চিৰ-বৈৰী ৰমেনক পৰাজিত কৰিলে ।"
2
(Greek mythology) the goddess of divine retribution and vengeance
প্ৰতিহিংসাৰ অধিষ্ঠাত্ৰী দেৱী
3
retributive justice
অন্যায়ৰ সমুচিত প্ৰতিফল, দণ্ড