needful adj.

/ ˈnēdfəl /
প্ৰয়োজনীয়
/ próyojóneey /
Meanings
1
necessary, requisite
প্ৰয়োজনীয়, আৱশ্যকীয়, দৰকাৰী
2
needy
অভাৱী
"She gave her money away to needful people."
"তাই তাইৰ পইচাবোৰ অভাৱী মানুহক দান দিছিল ।"