need v.t.i.

/ nēd /
প্ৰয়োজন
/ próyojón /
Meanings
1
require (something) because it is essential or very important
দৰকাৰ হ্, লগা হ্, আৱশ্যক হ্, প্ৰয়োজন হ্
"I need help."
"মোক সহায়ৰ আৱশ্যক হৈছে ।"