muscular adj.

/ ˈməskyələr /
পেশীবহুল
/ pesheebóhul /
Meanings
1
of or affecting the muscles
পেশীয়, পেশীৰ, মাংস-পেশীৰ
"Energy is needed for muscular activity."
"পেশীয় কৰ্ম্মৰ কাৰণে শক্তিৰ প্ৰয়োজন ।"
2
having well-developed muscles
পেশীযুক্ত, হৃষ্ট-পুষ্ট
"Her legs were strong and muscular."
"তাইৰ ভৰিবোৰ শক্তিশালী আৰু হৃষ্ট-পুষ্ট আছিল ।"
3
vigorously robust
বলবান, শক্তিশালী, মজবুত
"A muscular economy."
"এটা শক্তিশালী অৰ্থনীতি ।"