mount v.t.
/ mount /
মাউন্ট
/ maauntó /
Meanings
1
climb up (stairs, a hill, or other rising surface)
বগা, বগাই উঠ্, আৰোহণ কৰ্, ওপৰলৈ উঠ্
"He mounted the steps to the front door."
"তেওঁ সন্মুখৰ দুৱাৰখনলৈ খটখটিৰে বগাইছিল ।"