motivate v.t.
/ ˈmōdəˌvāt /
প্ৰেৰণা যোগাব
/ prerónaa zogaabó /
Meanings
1
provide (someone) with a motive for doing something
প্ৰৰোচিত কৰ্, প্ৰৰোচিত হ্, অনুপ্ৰাণিত কৰ্, অনুপ্ৰাণিত হ্, উৎসাহিত কৰ্, উৎসাহিত হ্
"He was primarily motivated by the desire for profit."
"মূলত লাভৰ আশাৰ দ্বাৰা তেওঁ প্ৰৰোচিত হৈছিল ।"