mostly adv.
/ ˈmōs(t)lē /
অধিকাংশভাৱে
/ ódhikaangshóbhaawe /
Meanings
1
as regards the greater part or number
বহু পৰিমাণে
"The work is mostly done."
"কামটো বহু পৰিমাণে কৰা হৈছে ।"
2
usually, generally, chiefly, principally
সাধাৰণতে, মূলতে, প্ৰধানকৈ, ঘাইকৈ
"The days were spent mostly alone."
"দিনবোৰ ঘাইকৈ অকলশৰেই কটোৱা হৈছিল ।"