moment n.

/ ˈmōmənt /
মুহূৰ্ত
/ muhoortó /
Meanings
1
a very brief period of time
ক্ষণ, মুহূৰ্ত, মুহূৰ্ত্ত, পল, নিমিষ
"She was silent for a moment before replying."
"উত্তৰ দিয়াৰ আগতে তাই এক মুহূৰ্তৰ কাৰণে নীৰৱ আছিল ।"
2
importance
মহত্ব, মূল্য
"The issues were of little moment to them."
"সমস্যাবোৰ তেওঁলোকৰ কাৰণে কম মহত্বৰ আছিল ।"