merchandise n.
/ ˈmərCHənˌdīz,ˈmərCHənˌdīs /
ব্যৱসায়িক সামগ্ৰী
/ byówósaayik saamógree /
Meanings
1
goods to be bought and sold
পণ্যদ্ৰব্য, মালবস্তু
"The store has large range of merchandise."
"দোকানখনত বহুত ৰকমৰ পণ্যদ্ৰব্য আছে ।"