mean v.t.
/ mēn /
অৰ্থ
/ órthó /
Meanings
1
intend to convey, indicate, or refer to (a particular thing or notion), signify
বুজা, ইংগিত কৰ্, উল্লেখ কৰ্, উদ্দেশ্য কৰ্
"I don't know what you mean."
"মই নাজানোঁ তুমি কি বুজাইছা ।"
2
intend (something) to occur or be the case
অভিপ্ৰায় কৰ্
"They mean no harm."
"তেওঁলোকে কোনো ক্ষতিৰ অভিপ্ৰায় কৰা নাই ।"