masterpiece noun

/ ˈmɑːstəˌpiːs /
উৎকৃষ্ট, শ্ৰেষ্ঠ, সৰ্বোত্তম (সৃষ্টি, কৃতিত্ব বা কৰ্ম)
/ utókrwixtó, shrexthó, sórbottóm (srwixti, krwititbó baa kórmó) /
Meanings
1
an outstanding achievement
এটা অসাধাৰণ কৃতিত্ব
"The novel is considered the as a masterpiece."
"উপন্যাসখনক শ্ৰেষ্ঠ হিচাপে গণ্য কৰা হয়।"