marvelous adj.
/ ˈmärv(ə)ləs /
আচৰিত
/ aachórit /
Meanings
1
causing great wonder; extraordinary
বিস্ময়কৰ, অবিশ্বাস্য, আশ্চৰ্য্যজনক
"Marvelous technological toys."
"বিস্ময়কৰ প্ৰযুক্তিৰ পুতলাবোৰ ।"
2
extremely good or pleasing; splendid
সুন্দৰ, উৎকৃষ্ট
"You have done a marvelous job."
"তুমি এটা সুন্দৰ কাম কৰিলা ।"