manipulate v.t.
/ məˈnipyəˌlāt /
নিপূণতাৰে ব্যৱহাৰ কৰা
/ nipoonótaare byówóhaar kóraa /
Meanings
1
handle or control (a tool, mechanism, etc.), typically in a skillful manner
দক্ষতাৰে বা কৌশলৰে নিয়ন্ত্ৰণ কৰ্
"He tried to manipulate a large tractor."
"সি এখন ডাঙৰ ট্ৰেক্টৰ কৌশলৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল ।"
2
control or influence (a person or situation) cleverly, unfairly, or unscrupulously
চালাকী বা কৌশলৰে নিয়ন্ত্ৰণ কৰ্, কৌশল কৰ্, কাৰচাজি কৰ্, ছলনা কৰ্
"I do not like to manipulate people's feelings."
"মই মানুহৰ আৱেগক ছলনা কৰিব ভাল নাপাওঁ ।"