man n.

/ man /
মানুহ
/ maanuh /
Meanings
1
an adult human male, a person
পুৰুষ, মতা মানুহ, মানুহ
"Good man."
"ভাল পুৰুষ ।"
2
an individual, one
বয়ক্তি, লোক
"A man can not buy a lot with 100 rupees."
"এজন ব্যক্তিয়ে ১০০ টকাৰে বহুত কিনিব নোৱাৰে ।"
3
a manservant or valet
চাকৰ
4
a husband, boyfriend, or lover
স্বামী, গিৰিহঁত
"Man and wife."
"স্বামী আৰু পত্নী ।"