linger v.t.i.

/ ˈliNGɡər /
Meanings
1
stay in a place longer than necessary, typically because of a reluctance to leave
অদৰকাৰীভাৱে ৰৈ থকা, পলম কৰ্, বিলম্ব কৰ্
"She lingered in the yard, enjoying the warm sunshine."
"বেলিৰ তাপ লৈ তাই চোতালত অদৰকাৰীভাৱে ৰৈ আছিল ।"
2
be slow to disappear or die
দীৰ্ঘকাল থাক্, মন্থৰ হ্
"The tradition seems to linger on."
"ৰীতিটো বোধ হয় দীৰ্ঘকাল থাকিব ।"