linchpin n.

/ ˈlin(t)SHpin /
লিঞ্চপিন
/ linychópin /
Meanings
1
a pin passed through the end of an axle to keep a wheel in position
গাড়ীৰ চকা ধুৰাত ধৰি ৰখা গজাল বা খুটি
2
a person or thing vital to an enterprise or organization
অতি মহত্বপূৰ্ণ ব্যক্তি
"He is the linchpin of this firm."
"তেওঁ ব্যৱসায় প্ৰতিষ্ঠানটোৰ অতি মহত্বপূৰ্ণ ব্যক্তি হয় ।"