lighten v.t.i.
/ ˈlītn /
পাতল কৰা
/ paatól kóraa /
Meanings
1
make or become lighter in weight, pressure, or severity
ওজন কমা বা হ্, পাতল কৰ্ বা হ্
"Efforts to lighten the burden of regulation."
"নিয়ন্ত্ৰণৰ বোজা পাতল কৰিবলৈ চেষ্টাবোৰ ।"
2
make or become lighter or brighter
উজ্জ্বল কৰ্ বা হ্, আলোকিত কৰ্ বা হ্, উদ্ভাসিত কৰ্ বা হ্
"The sky began to lighten in the east."
"পূৱত আকাশখন উজ্জ্বল হ’বলৈ আৰম্ভ কৰিছিল ।"