light-headed adj.

/ ˌlītˈhedəd /
লঘু মূৰৰ
/ lóghu moorór /
Meanings
1
having or showing a frivolous or volatile disposition, thoughtless
চঞ্চল, চঞ্চল প্ৰকৃতিৰ, পাতল মনৰ
"I do not like light-headed person."
"মই চঞ্চল লোক ভাল নাপাওঁ ।"
2
dizzy and slightly faint
আচন্দ্ৰাই কৰা, মূৰ ঘূৰোৱা, বিভ্ৰান্ত
"I was lightheaded from fear."
"ভয়ত মোৰ মুৰ ঘুৰাইছিল ।"