jaunt n.

/ jônt /
Meanings
1
a short excursion or journey for pleasure
প্ৰমোদ-ভ্ৰমণ, প্ৰমোদ-বিহাৰ, ফুৰা-চকা
"Her little jaunt in France was over."
"তাইৰ ফ্ৰান্সত ফুৰা-চকা শেষ হ’ল ।"