jagged adj.
/ ˈjaɡəd /
দাঁতযুক্ত
/ daañtózuktó /
Meanings
1
having rough, sharp points protruding
দাঁত থকা, খহটা, খাঁজ কটা, দাঁতৰি ওলোৱা
"The jagged edges gashed their fingers."
"দাঁতৰি ওলোৱা কাষ কেইটাই সিহঁতৰ আঙুলিবোৰ দকৈ কাঁটিছিল ।"