introspect v.t.i.

/ ˌintrəˈspekt,ˌintrōˈspekt /
অন্তৰ্দৃষ্টি
/ óntórdrwixti /
Meanings
1
examine one's own thoughts or feelings
আত্মদৰ্শন কৰ্, অন্তৰ্দৰ্শন কৰ্
"Introspect yourself before you say anything."
"কিবা কোৱাৰ আগতে তুমি তোমাৰ নিজৰ অন্তৰ্দৰ্শন কৰা ।"