intend v.t.i.
/ inˈtend /
অভিপ্ৰায়
/ óbhipraay /
Meanings
1
have (a course of action) as one's purpose or objective; plan
মনস্থ কৰ্, সংকল্প কৰ্, পৰিকল্পনা কৰ্
"I intended to visit her."
"মই তাইক সাক্ষ্যাৎ কৰিবলৈ মনস্থ কৰিছিলোঁ ।"