infection n.

/ inˈfekSH(ə)n /
ৰোগ বিয়পা অৱস্থা
/ rog biyópaa ówósthaa /
Meanings
1
the process of infecting or the state of being infected
সংক্ৰমণ
"Strict hygiene will limit the risk of infection."
"কঠোৰ স্বাস্থ্যবিধিয়ে সংক্ৰমণৰ আশংকা সীমিত কৰিব ।"
2
an infectious disease
সংক্ৰামক ৰোগ, সংক্ৰমণশীল ৰোগ
"A chest infection."
"এটা বুকুৰ সংক্ৰামক ৰোগ ।"