infect v.t.

/ inˈfekt /
সংক্ৰমিত কৰা
/ sóngkrómit kóraa /
Meanings
1
affect (a person, organism, cell, etc.) with a disease-causing organism
সংক্ৰমিত কৰ্, সঞ্চাৰিত কৰ্
"There is no evidence that the virus can infect humans."
"মানুহক ভাইৰাছটোৱে সংক্ৰমিত কৰিব বুলি কোনো তথ্য নাই ।"
2
contaminate (air, water, etc.) with harmful organisms
দূষিত কৰ্
"Nitrates were infecting rivers."
"নাইট্ৰেটে নদীবোৰ দূষিত কৰি আছিল ।"