inculcate v.t.

/ inˈkəlˌkāt,ˈinkəlˌkāt /
Meanings
1
instill (an attitude, idea, or habit) by persistent instruction
বাৰে বাৰে কৈ মনত সুমুৱাই দে
"Try to inculcate virtue in the young."
"বাৰে বাৰে কৈ ডেকা সকলৰ মনত নৈতিকতা সুমুৱাই দিবলৈ চেষ্টা কৰা ।"