incorrigible adj.
/ inˈkôrəjəb(ə)l /
অশোধনযোগ্য
/ óshodhónózogy /
Meanings
1
(of a person or their tendencies) not able to be corrected, improved, or reformed
শুদ্ধ বা সংশোধন কৰিব নোৱাৰা, অসংশোধনীয়
"She's an incorrigible flirt."
"তাই এজনী সংশোধন কৰিব নোৱাৰা চঞ্চল নাৰী ।"