incinerate v.t.

/ inˈsinəˌrāt /
জ্বলাই দিয়া
/ jbólaai diyaa /
Meanings
1
destroy (something, especially waste material) by burning
পুৰি ছাই কৰ্, পুৰি ধ্বংস কৰ্
"Such garbage must be incinerated at the hospital."
"এনে আৱৰ্জনাবোৰ চিকিৎসালয়তে পুৰি ছাই কৰিব লাগে ।"