impulsion n.
/ imˈpəlSHən /
Meanings
1
a strong urge to do something; an impulse
অদ্যম ইচ্ছা, উচটনি, প্ৰেৰণা
"The impulsion of the singers."
"গায়ক-গায়ীকা সকলৰ প্ৰেৰণাবোৰ ।"
2
the force or motive behind an action or process
প্ৰেৰণা, প্ৰেৰণা শক্তি
"His nature had changed under the impulsion of her immense love."
"তাইৰ অতিপাত মৰমৰ প্ৰেৰণাৰ প্ৰভাৱত তাৰ স্বভাৱ পৰিৱৰ্তন হৈছিল ।"