impulse n.
/ ˈimˌpəls /
Meanings
1
a sudden strong and unreflective urge or desire to act
অনুভূতি, আকস্মিক শক্তি বা ইচ্ছা
"Need an impulse for this change to happen."
"এই পৰিৱৰ্তনটো হ’বৰ কাৰণে এটা আকস্মিক শক্তিৰ দৰকাৰ ।"
2
a driving or motivating force; an impetus
প্ৰেৰণা শক্তি, আৱেগ
"An added impulse."
"এটা অতিৰিক্ত প্ৰেৰণা শক্তি ।"