identify v.t.i.

/ īˈden(t)əˌfī /
চিনাক্ত কৰা
/ chinaaktó kóraa /
Meanings
1
establish or indicate who or what (someone or something) is
চিনাক্ত কৰ্
"Can you identify the box ?"
"তুমি বাকচটো চিনাক্ত কৰিব পাৰিবানে ?"
2
associate (someone) closely with, regard (someone) as having strong links with
যু্ক্ত হ্ বা কৰ্
"He preferred not to identify himself with that group."
"সেই গোটটোৰ সৈতে তেওঁক যুক্ত কৰাটো তেওঁ বিচৰা নাছিল ।"