idealize v.t.i.
/ īˈdē(ə)ˌlīz /
Meanings
1
regard or represent as perfect or better than in reality
আদৰ্শ স্বৰূপে ল্ বা বৰ্ণনা কৰ্
"But again, to idealize these possibilities would be foolish."
"আকৌ কিন্তু, এই সম্ভাৱনাবোৰ আদৰ্শস্বৰূপে লোৱাটো মুৰ্খামী হ’ব ।"