icy adj.
/ ˈīsē /
বৰফৰ দৰে
/ bóróphór dóre /
Meanings
1
covered with or consisting of ice
বৰফাবৃত, বৰফেৰে ঢাক খোৱা
"Icy road."
"বৰফাবৃত পথ ।"
2
very cold
বৰফৰ দৰে ঠাণ্ডা
"An icy wind."
"এজাক বৰফৰ দৰে ঠাণ্ডা বতাহ ।"