hoof n.
/ ho͝of,ho͞of /
খুৰা
/ khuraa /
Meanings
1
the horny part of the foot of an ungulate animal, especially a horse
জন্তুৰ ভৰিৰ খুৰা
"She was cleaning the hoof of her horse."
"তাই তাইৰ ঘোঁৰাটোৰ খুৰাকেইটা চাফা কৰি আছিল ।"