hence adv.
/ hens /
সেয়েহে
/ seyehe /
Meanings
1
as a consequence, for this reason
গতিকে, এতেকে
"Hence proved."
"এতেকে প্ৰমাণিত ।"
2
in the future (used after a period of time)
ভৱিষ্যতে, এতিয়াৰ পৰা, আজিৰ পৰা
"Two years hence they might say something quite different."
"আজিৰ পৰা দুইবছৰত তেওঁলোকে সম্পূৰ্ণ বেলেগ কিবা ক’ব পাৰে ।"