heartbeat n.
/ ˈhärtˌbēt /
হৃদস্পন্দন
/ hrwidóspóndón /
Meanings
1
the pulsation of the heart
হৃদয়ৰ স্পন্দন, বুকুৰ ধপধপনি
"I could hear your heartbeat."
"মই তোমাৰ বুকুৰ স্পন্দন শুনিব পাৰিছিলোঁ ।"