gore n.
/ ɡôr /
~
/ ~ /
Meanings
1
coagulated blood from a wound; blood that is shed, especially when clotted
তেজ, তেজৰ চেকুৰা
"That horror movie had too much gore scenes."
"সেই ভূতৰ বোলছবিখনত বহুতো তেজৰ দৃশ্য আছিল ।"
2
a triangular or tapering piece of material used in making a garment, sail, or umbrella
কাপোৰ আদি চিলাওতে ব্যৱহৃত ত্ৰিকোণীয় আকৃতিৰ বস্তু