Godspeed exl.

/ ˌɡädˈspēd /
গডস্পীড
/ gódóspeed /
Meanings
1
an expression of good wishes to a person starting a journey
কোনো যাত্ৰালৈ ওলোৱা লোকক জনোৱা মঙ্গল প্ৰাৰ্থনা, মঙ্গল কৰক বা মঙ্গল হওঁক
"I wish you Godspeed, my boy !"
"মোৰ বোপা, মই আশা কৰোঁ তোমাৰ মঙ্গল হওঁক ।"