global adj.

/ ˈɡlōbəl /
সাৰ্বজনীন
/ saarbójóneen /
Meanings
1
of or relating to the whole world, worldwide
বিশ্বব্যাপী, বিশ্বজোৰা, জগত-জোৰা, ভূমণ্ডলীয়
"Global economy."
"বিশ্বব্যাপী অৰ্থনীতি ।"
2
spherical
গোলকীয়, গোলাকাৰ