from prep.

/ frəm /
পৰা
/ póraa /
Meanings
1
indicating the point in space at which a journey, motion, or action starts
পৰা
"She began to walk away from him."
"তাই তেওঁৰ পৰা আঁতৰি খোজ ল’বলৈ আৰম্ভ কৰিছিল ।"
2
indicating the point in time at which a particular process, event, or activity starts
(সময়ৰ) পৰা
"The show will run from 10 to 11."
"প্ৰদৰ্শনীখন ১০ বজাৰ পৰা ১১ বজালৈ চলিব ।"