find v.t.

/ fīnd /
সন্ধান কৰা
/ sóndhaan kóraa /
Meanings
1
discover or perceive by chance or unexpectedly
বিচাৰি পা
"He found a rope on the street."
"তেওঁ পথত এডাল ৰছী বিচাৰি পাইছিল ।"
2
recognize or discover (something) to be present
পা
"Vitamin B12 is found in dairy products."
"ভিটামিন বি-১২ গাখীৰৰ বস্তুত পোৱা যায় ।"
3
become aware of, discover to be the case
উপলব্ধি কৰ্
"They find the magazine to be informative."
"তেওঁলোকে আলোচনীখন তথয়মূলক বুলি উপলব্ধি কৰিছে ।"