evaluate v.t.

/ əˈvalyəˌwāt /
মূল্যায়ন কৰা
/ moolyaayón kóraa /
Meanings
1
form an idea of the amount, number, or value of, assess
মূল্যাংকন কৰ্, মূল্যায়ন কৰ্, দাম বা মূল্য নিৰ্দ্ধাৰণ কৰ্
"I need your help to evaluate property."
"সম্পত্তিৰ মূল্যাংকন কৰিবলৈ মোক তোমাৰ সহায় লাগে ।"