empress n.
/ ˈemprəs /
সম্ৰাজ্ঞী
/ sómraajnyee /
Meanings
1
a woman who is a sovereign ruler of great power and rank, especially one ruling an empire
সম্ৰাজ্ঞী, মহাৰাণী
"Queen Victoria was proclaimed Empress at Delhi in 1877."
"১৮৭৭ চনত দিল্লীত ৰাণী ভিক্টোৰিয়াক সম্ৰাজ্ঞী ৰূপে ঘোষণা কৰা হৈছিল ।"