din n.
/ din /
Meanings
1
a loud, unpleasant, and prolonged noise
হাই-উৰুমি, কোৰ্হাল, কোঢ়াল, কোলাহল, হৈ-হাল্লা
"The fans made an awful din."
"ভক্তসকলে এটা ভয়ংকৰ হাই-উৰুমি কৰিছিল ।"