difficulty n.

/ ˈdifəkəltē /
অসুবিধা
/ ósubidhaa /
Meanings
1
the state or condition of being difficult
কষ্টকৰ অৱস্থা, অসুবিধা, জঞ্জাল, সমস্যা, দুঃসাধ্যতা, বাধা
"Meera had no difficulty in making friends."
"মীৰাৰ বন্ধু বনোৱাত কোনো অসুবিধা নাছিল ।"