differentiate v.t.i.
/ ˌdifəˈren(t)SHēˌāt /
পাৰ্থক্য কৰা
/ paarthóky kóraa /
Meanings
1
recognize or ascertain what makes (someone or something) different
পাৰ্থক্য উলিয়া, প্ৰভেদ উলিয়া, পৃথক কৰ্, বেলেগ কৰ্, ভেদ-ভাব কৰ্
"Children can differentiate the past from the present."
"সৰু ল’ৰা-ছোৱালীবোৰে বৰ্তমানৰ পৰা অতীতক পৃথক কৰিব পাৰে ।"