difference n.
/ ˈdif(ə)rəns /
পাৰ্থক্য
/ paarthóky /
Meanings
1
a point or way in which people or things are not the same
পাৰ্থক্য, প্ৰভেদ, ভিন্নতা, ভেদ
"The differences between men and women."
"পুৰুষ আৰু মহিলাৰ মাজৰ পাৰ্থক্যবোৰ ।"
2
a disagreement, quarrel, or dispute
মতৰ অমিল, মতভেদ, মতানৈক্য, মনোমালিন্য
"The couple are patching up their differences."
"দম্পতীহালে তেওঁলোকৰ মনোমালিন্যবোৰ ঠিক কৰি আছে ।"
3
the remainder left after subtraction of one value from another
বিয়োগফল
"Difference between 5 and 3 is 2."
"৫ আৰু ৩ ৰ বিয়োগফল ২ ।"